सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কিবা কৰিব পৰা শক্তি
उदाहरण : তোৰ শকতি নো কিমান যে মই তোক দেখি ভয় খাম
पर्यायवाची : শকতি
अर्थ : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়
उदाहरण : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়
पर्यायवाची : উপযুক্ততা, ক্ষমতা, যোগ্যতা
अर्थ : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব
उदाहरण : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল
पर्यायवाची : ক্ষমতা, শক্তি
अर्थ : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য
उदाहरण : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে
पर्यायवाची : দখল, হাত
इंस्टॉल करें