पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সাৰ   বিশেষ্য

अर्थ : খেতিৰ ফচল বৃদ্ধি হʼবৰ কাৰণে খেতিত দিয়া গেলা-পচা বস্তুৰে প্রস্তুত কৰা পদার্থ ্ বা কৃত্রিম পদার্থ

उदाहरण : খেতিত সাৰ প্রয়োগ কৰিলে তাৰ উর্বৰ্া শক্তি বৃদ্ধি হয়

अर्थ : গৰুৰ মল বা বিষ্ঠা

उदाहरण : হিন্দু ধার্মিক অনুষ্ঠানত গোবৰৰ আৱশ্যক হয়

पर्यायवाची : গো-পুৰীষ, গো-বিষ্ঠা, গোবৰ, গোমল, গোময়

अर्थ : কোনো পদার্থ আদিৰ বাস্তৱিক বা প্রধান অংশ

उदाहरण : এই অধ্যায়টোৰ সাৰ এইটোৱেই যে আমি সদায় সঁ্চা কথা কোৱা উচিত

पर्यायवाची : তত্ত্ব, শ্রেষ্ঠাংশ, সাৰ তত্ত্ব, সাৰ বস্তু

चौपाल