पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সাৱধান কৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সাৱধান কৰা   ক্ৰিয়া

अर्थ : সাৱধান কৰিবৰ কাৰণে প্রথমৰ পৰা জাননী দিয়া

उदाहरण : বতৰবিজ্ঞান বিভাগে মাছমৰীয়াসকলক সাগৰলৈ নাজাবলৈ সতর্ক্্বাণী শুনালে

पर्यायवाची : সতর্ক ্কৰা, সতর্ক্্বাণী শুনা, সাৱধানবাণী শুনা

अर्थ : সাৱধান বা হুচিয়াৰ কৰা

उदाहरण : মাক-দেউতাকে নিজৰ লʼৰা-ছোৱালীক ভুল নকৰিবৰ কাৰণে সদায় সাৱধান কৰি থাকে

पर्यायवाची : সকিয়াই থকা

चौपाल