अर्थ : ছটিয়াই দিয়া অৱস্থা বা ভাব
उदाहरण :
খেতি পথাৰত বীজ সিঁচা ভালদৰে কৰিব লাগে
अर्थ : কোনো তৰল পদার্থ ছটিওৱা কার্য
उदाहरण :
ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
पर्यायवाची : ছটিওৱা
अर्थ : চাৰিওফালে প্রসাৰিত কৰা
उदाहरण :
খেতিয়কজনে পথাৰত বীজ সিঁচি আছে
पर्यायवाची : সিঁচি দিয়া, সিঁচৰতি কৰা
अर्थ : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
उदाहरण :
খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
पर्यायवाची : গুটি ছটিওৱা, গুটি সিঁচা, ছটিওৱা