अर्थ : সিংহল দ্বীপৰ অধিবাসী
उदाहरण :
সিংহলী আৰু তামিল দুয়োপক্ষই শ্রীলংকাৰ সমস্যাৰ শীঘ্রে সমাধান হোৱাটো বিচাৰে
पर्यायवाची : শ্রীলংকা বাসী, শ্রীলংকা-বাসী, শ্রীলংকাবাসী, সিংহল
अर्थ : সিংহল দ্বীপৰ ভাষা
उदाहरण :
শ্রীলংকাত সিংহলী তথা তামিল দুয়োটা ভাষাৰ প্রচলন আছে
अर्थ : পালি, সিংহলী আদি ভাষা লিখা লিপি
उदाहरण :
তেওঁ সিংহলীত লিখা শ্্ব্দবোৰ পঢ়িবলৈ চেষ্টা কৰি আছে
पर्यायवाची : সিংহলী লিপি
अर्थ : সিংহল দ্বীপ বা সিংহল দ্বীপৰ সৈতে সম্বন্ধ থকা
उदाहरण :
সিংহলী সমস্যাই দেশৰ বিকাশত বাধা-প্রদান কৰি আছে
पर्यायवाची : শ্রীলংকান
अर्थ : সিংহল দ্বীপত থকা
उदाहरण :
বোমা বিস্ফোৰণত ভালেমান সিংহলী সৈন্য নিহত হʼল
अर्थ : সিংহলী ভাষা সম্বন্ধীয় বা সিংহলী ভাষাৰ
उदाहरण :
মই সিংহলী সাহিত্য পঢ়িবলৈ ভাল পাওঁ