पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সিদ্ধান্ত शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সিদ্ধান্ত   বিশেষ্য

अर्थ : ভাবি-চিন্তি সঠিক নি্র্ণয় ্ কৰা বা ফলাফল উলিওৱা ক্রিয়া

उदाहरण : মোৰ সমস্যাৰ সমাধান হৈ গʼল

पर्यायवाची : নিষ্পত্তি, মীমাংসা, সমাধান, সমিধান

अर्थ : প্রমাণিত হোৱা কার্য

उदाहरण : সিদ্ধান্তৰ অবিহনে কাৰো ওপৰত দোষ আৰোপ কৰা উচিত নহয়

पर्यायवाची : প্রমাণ

अर्थ : কোনো কার্য কেনে হোৱা উচিত তাৰ ঔচিত্য আৰু অনৌচিত্য আদি বিচাৰ কৰি কোনো মতত উপনীত হোৱা কার্য

उदाहरण : তেওঁ ঘৰৰ ্পৰা বেলেগ হৈ থাকিবলৈ সিদ্ধান্ত লʼলে

पर्यायवाची : নি্র্ণয়

अर्थ : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা

उदाहरण : আমি নিজৰ নিয়মৰ পালন কৰা উচিত

पर्यायवाची : কায়দা, নিয়ম, বাদ

अर्थ : ঋষি আদিৰ মান্য উপদেশ

उदाहरण : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে

पर्यायवाची : বাদ, মত

अर्थ : বাদী তথা প্রতিবাদীৰ কথা আৰু তর্ক শুনি তাৰ ঠিক হোৱা বা নোহোৱাৰ সম্বন্ধত আদালতৰ দ্বাৰা মত স্থিৰ কৰা কার্য

उदाहरण : বহুত দিনৰ পৰা চলি অহা মোকর্দ্্মাৰ নি্র্ণয় ্কালি হৈ গʼল

पर्यायवाची : নি্র্ণয়

अर्थ : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়

उदाहरण : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল

पर्यायवाची : বাদ, মত, মতবাদ

अर्थ : কিহবাৰ দ্বাৰা কোনো বস্তু বা কথাৰ স্থিতি প্রতিপন্ন কৰা

उदाहरण : বহুত যত্নৰ পিছত আমি এই পৰিণতিত উপনীত হৈছোঁ যে ৰাম এজন ভাল লʼৰা

पर्यायवाची : পৰিণতি

चौपाल