पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সীমা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সীমা   বিশেষ্য

अर्थ : খেতিপথাৰ আদিৰ সীমা নি্র্ধাৰণ কৰা মাটিৰ ওখ অংশ বা বান্ধ

उदाहरण : ককায়েক-ভায়েকৰ মাজত ভাগ-বাটোৱাৰা হোৱাৰ লগে-লগে খেতিপথাৰত বহুকেইটা সীমা বান্ধি দিয়া হʼল

अर्थ : কোনো প্রদেশ বা বস্তুৰ চাৰিওফালে বিস্তাৰিত হৈ থকা ঠাইৰ অন্তিম সীমা বা স্থান

उदाहरण : ভাৰতবর্ষৰ সীমাত সেনা-জোৱান অতন্দ্র প্রহৰীৰ দৰে থিয় হৈ আছে

पर्यायवाची : বʼর্ডাৰ, সীমান্ত

अर्थ : যি অন্তিম স্থানলৈকে কোনো কথা বা কাম হোৱা উচিত বা হʼব পাৰে

उदाहरण : যিকোনো কাম সীমাৰ ভিতৰত থাকি কৰা উচিত

चौपाल