सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি ঠাইত সীমা শেষ হৈছে
उदाहरण : এই জুৰিটোৱেই মোৰ গাঁৱৰ শেষ সীমা
पर्यायवाची : চৰমসীমা, পৰিসীমা, শেষ সীমা, শেষসীমা
अर्थ : কোনো প্রদেশ বা বস্তুৰ চাৰিওফালে বিস্তাৰিত হৈ থকা ঠাইৰ অন্তিম সীমা বা স্থান
उदाहरण : ভাৰতবর্ষৰ সীমাত সেনা-জোৱান অতন্দ্র প্রহৰীৰ দৰে থিয় হৈ আছে
पर्यायवाची : বʼর্ডাৰ, সীমা
इंस्टॉल करें