सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি আনন্দ দিয়ে বা যাৰ পৰা আনন্দ বা প্রসন্নতা পোৱা যায় বা যি প্রসন্নতাৰ কাৰণ হয়
उदाहरण : আপোনাৰ সংগই মোৰ বাবে আনন্দ
पर्यायवाची : আনন্দ, প্রসন্নতা, হর্ষ, ্আনন্দদায়ক
अर्थ : যিয়ে আনন্দ প্রদান কৰে
उदाहरण : মোৰ ভ্রমণটো আনন্দদায়ক আছিল অন্তাক্ষৰী এটা আনন্দপ্রদ খেল
पर्यायवाची : আনন্দকাৰী, আনন্দদায়ক, আনন্দদায়ী, আনন্দপ্রদ, ৰমণীয়
अर्थ : যিয়ে সকলো সুখ লাভ কৰিছে বা যিজন সুখত থাকে:আমি সকলোৰে সুখী জীৱন কামনা কৰোঁ
उदाहरण :
पर्यायवाची : সুখকাৰক, সুখকৰ, সুখজনক, সুখময়, সুখী
अर्थ : সুখ বা আনন্দ দিওতাঁ
उदाहरण : আপোনাৰ সান্নিধ্য মোৰ বাবে সুখদায়ক
पर्यायवाची : সুখকাৰী, সুখদায়ক, সুখদায়ী, সুখপূর্ণ, সুখী
इंस्टॉल करें