सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ভাল চৰিত্রৰ বা যাৰ চাল-চলন ভাল
उदाहरण : চৰিত্রবান লোকহে সমাজৰ প্রকৃত কর্ণ্্ধাৰ স্বৰূপ হʼব পাৰে
पर्यायवाची : চৰিত্রবান, শিষ্টাচাৰী, সচ্চৰিত্র, সদাচাৰী
अर्थ : যাৰ স্বভাৱ ভাল
उदाहरण : সৌম্য লোকে নিজৰ আচৰণৰ দ্বাৰা সকলোৰে হৃদয় জয় কৰে
पर्यायवाची : সুজন, সৌম্য
अर्थ : অত্যন্ত সুন্দৰ
उदाहरण : সীতাৰ লʼৰাটো বৰ ধুনীয়া
पर्यायवाची : ধুনীয়া, সুচাৰু
इंस्टॉल करें