पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সুৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সুৰ   বিশেষ্য

अर्थ : স্বর্গ আদিত বাস কৰে বুলি বিশ্বাস কৰি ভক্তি সহকাৰে পূজা কৰা অমৰ প্রাণী

उदाहरण : এই মন্দিৰটোত ভালেমান দেৱতাৰ মূর্তি স্থাপন কৰা আছে

पर्यायवाची : দেৱ, দেৱতা, দৈত্যাৰি

अर्थ : সংগীতৰ সাতোটা নিশ্চিত ধ্বনি

उदाहरण : ষড়জ, ঋষভ, গান্ধাৰ, মধ্যম, পঙ্কজ, ধৈৱৎ আৰু নিষাদ -- এই কেইটা সংগীতৰ সপ্ত স্বৰ

पर्यायवाची : স্বৰ

अर्थ : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা

उदाहरण : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল

पर्यायवाची : কণ্ঠ, লয়

সুৰ   বিশেষণ

अर्थ : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে

उदाहरण : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে

पर्यायवाची : পৰাক্রমী, বলৱান, বাহাদুৰ, বীৰ, সাহসী

चौपाल