अर्थ : একাগ্রচিত্ত হৈ বা ধ্যান সহকাৰে চোৱা কার্য
उदाहरण :
সন্মুখৰজনৰ সূক্ষ্মপৰীক্ষাৰ পৰা বাচিবৰ কাৰণে তেওঁ চকু তল কৰিলে
पर्यायवाची : সূক্ষ্মপৰ্যবেক্ষণ
अर्थ : অধ্যয়ন কৰা কোনো বিষয়ৰ একাগ্রচিত্তে মনত পেলোৱা এক অৱস্থা
उदाहरण :
বৈজ্ঞানিকসকলে ঘণ্টা ধৰি অনুপৰীক্ষাত লাগি আছে
पर्यायवाची : অনুপৰীক্ষা