सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য
उदाहरण : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ
पर्यायवाची : আৰম্ভ, আৰম্ভণ, আৰম্ভণি, উপক্রম, ছৰু, প্রাৰম্ভ, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূচনা
अर्थ : কোনো কামৰ আৰম্ভণি হোৱা কার্য
उदाहरण : গান্ধীজীয়ে এক নতুন যুগৰ সূত্রপাত কৰিলে
पर्यायवाची : সূচনা
इंस्टॉल करें