पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সেউজীয়া शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সেউজীয়া   বিশেষ্য

अर्थ : ঘাঁহ-বন বা গছৰ পাতৰ দৰে যি ৰং

उदाहरण : চিত্রকৰজনে ভাটোটোৰ গাত সেউজীয়া ৰং দিছে

पर्यायवाची : কলপতীয়া, কলপতীয়া ৰং, শ্যামল, শ্যামলিমা, সেউজীয়া বৰণ, সেউজীয়া ৰং, হৰিৎ বৰণ, হৰিৎ্বর্ণ

अर्थ : সেউজীয়া গছ-গছনিৰ সমূহ বা বিস্তাৰ

उदाहरण : বর্ষা ঋতুত সেউজীয়া বৃদ্ধি পায়

पर्यायवाची : হৰিৎ্বর্ণ

সেউজীয়া   ক্ৰিয়া

अर्थ : গছ-গছনি সেউজ ৰঙৰ হোৱা ~

उदाहरण : পানী পোৱাৰ লগে লগে ৰʼদত লেৰেলি যোৱা গছজোপা সেউজীয়া হৈ পৰিল

সেউজীয়া   বিশেষণ

अर्थ : যি শুকান বা মৰহি যোৱা নহয়

उदाहरण : এই বাগিচাখনৰ সকলো গছেই সেউজীয়া

पर्यायवाची : সেউজপূর্ণ, সেউজবুলীয়া, সেউজী

अर्थ : যিটো সেউজীয়া বৰণৰ

उदाहरण : গার্ডে সেউজীয়া পতাকা দেখুৱাৰ লগে লগে গাড়ীবোৰ চলিবলৈ ধৰিলে

पर्यायवाची : হৰিৎ

अर्थ : যি মৰহি যোৱা নাই বা যʼত জীৱনী শক্তি আছে

उदाहरण : পানী সিচি দিয়াৰ কাৰণে গৰমতো উদ্ভিদবোৰ সেউজীয়া হৈ আছে

अर्थ : যʼত সেউজীয়া গছ-গছনিৰে ভৰি আছে

उदाहरण : জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে মানুহে সেউজীয়া সেউজীয়া হাবিবোৰ কাটিবলৈ ধৰিছে

पर्यायवाची : সেউজীয়া সেউজীয়া

चौपाल