अर्थ : চেনী, নিমখ বা জলকীয়া আদি যিমান মাত্রাত থাকিব লাগে তাতকৈ কম থকা
उदाहरण :
মোৰ সেৰসেৰীয়া আঞ্জা একেবাৰে ভাল নালাগে
अर्थ : যʼত কোনো সোৱাদ নাই
उदाहरण :
আজিৰ আহাৰ সেৰসেৰীয়া হৈছে
पर्यायवाची : নীৰস, বিৰস, সেৰেকা, সোৱাদ নোহোৱা, স্বাদহীন