पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সেৱক शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সেৱক   বিশেষ্য

अर्थ : যি ঈশ্বৰ বা দেৱতা আদিৰ ভক্তি কৰে

उदाहरण : তেওঁ হনুমানৰ ভক্ত

पर्यायवाची : উপাসক, ভকত, ভক্ত, সাধক

अर्थ : মন্দিৰত দেৱতা আদিৰ পূজা কৰিবৰ কাৰণে নিযুক্ত কৰা ব্যক্তি

उदाहरण : শ্যামৰ দেউতাক এই মন্দিৰটোৰ পূজাৰী

पर्यायवाची : পূজাৰী

अर्थ : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়

उदाहरण : মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে

पर्यायवाची : অনুচৰ, আলধৰা, কামলা, গেবাৰ, গোলাম, চাকৰ, দাস, পাঁচনি, পৰিচাৰিকা, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা

সেৱক   বিশেষণ

अर्थ : কাৰোবাৰ বা কোনো ধৰণৰ সেৱা আগবঢ়াওতা

उदाहरण : আন্না হাজাৰেʼ সমাজ সেৱক

चौपाल