अर्थ : স্কাণ্ডিনেভিয়াৰ অধিবাসী
उदाहरण :
ৰাণীৰ বন্ধুজন স্কাণ্ডিনেভিয়ান
पर्यायवाची : স্কাণ্ডিনেভিয়াবাসী
अर्थ : স্কাণ্ডিনেভিয়াৰ লোকৰ ভাষা
उदाहरण :
স্কাণ্ডিনেভিয়ান উত্তৰ জার্মান পৰিয়ালৰ ভাষা
पर्यायवाची : নর্ডিক, স্কাণ্ডিনেভিয়ান ভাষা
अर्थ : স্কাণ্ডিনেভিয়াৰ বা স্কাণ্ডিনেভিয়াৰ সৈতে সম্বন্ধ থকা
उदाहरण :
তেওঁলোকে স্কাণ্ডিনেভিয়ান নৃত্য চাবলৈ গৈছে