सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : একাদিক্রমে ওপৰৰ পৰা তললৈ অহা কার্য
उदाहरण : উত্তৰাঞ্চলত ভূমি স্খলন হৈ পঞ্চাশজন লোক নিহত হʼল
अर्थ : যুদ্ধৰ সময়ত নগৰ, কিল্লা আদি নিজৰ হাতৰ পৰা আনৰ হাতলৈ যোৱা কার্য
उदाहरण : মোগলে কৰা আক্রমণত ভালেমান ভাৰতীয় ৰজাৰ পতন ঘটিছিল
पर्यायवाची : অধঃপতন, অধঃপাত, অৱনতি, পতন
इंस्टॉल करें