पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से স্ত্রী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

স্ত্রী   বিশেষ্য

अर्थ : কাৰোবাৰ বিবাহিতা নাৰী:তেওঁৰ দৰে তেওঁৰ পত্নীগৰাকীও বিদূষী শ্যামৰ ঘৈণীয়েক কামত বৰ পাকৈত

उदाहरण :

पर्यायवाची : অর্ধাংগিনী, গৃহলক্ষ্মী, গৃহিনী, ঘৈণী, জীৱন-লগৰী, জীৱন-সঙ্গিনী, তিৰী, তিৰোতা, দাৰা, পত্নী, পৰিবাৰ, বধু, ভার্যা, সধর্মিনী, সহধর্মিনী, ্ ধর্মপত্নী

अर्थ : মানৱ জাতিক ভাগ কৰা দুটা ভাগৰ যিটো ভাগে গর্ভধ্াৰণ কৰি সন্তান জন্ম দিব পাৰে:আজিকালি মহিলাই সকলো ক্ষেত্রতে পুৰুষৰ সমানে সমানে কাম কৰিছে

उदाहरण :

पर्यायवाची : অবলা, তিৰী, তিৰোতা, নাৰী, মহিলা, মাইকী, মানৱী

अर्थ : যি মাইকী জাতিৰ হয়

उदाहरण : ছাগলী, শিয়ালী, বান্দৰী আদিবোৰ মাইকী

पर्यायवाची : মাইকী

चौपाल