अर्थ : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ বিস্তাৰিত অংশ
उदाहरण :
গৰমৰ দিনত পানীৰ স্তৰ তললৈ নামি যায়
पर्यायवाची : তল
अर्थ : প্রবলতা, মাত্রা, গুণ আদিৰ ভিত্তিত এক স্থিতি
उदाहरण :
প্রযুক্তিবিদ্যাৰ উন্নতি বিশ্ব স্তৰত বৰ বেগেৰে হৈ আছে