अर्थ : স্পেইনৰ লোকৰ ভাষা
उदाहरण :
ৰণবীৰে ইংৰাজী, স্পেনিছ আৰু ফ্রেন্স ভাষা কʼব পাৰে
पर्यायवाची : স্পেনিছ ভাষা
अर्थ : স্পেইনৰ অধিবাসী
उदाहरण :
তেওঁ এজন স্পেনিছৰ লগত ্দুর্ব্যৱহাৰ কৰিলে
पर्यायवाची : স্পেইনবাসী, স্পেইনী