सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সাধু, সন্ত আদিৰ বাবে সম্বোধন
उदाहरण : আজি আমাৰ গাঁৱলে স্বামী মাধবানন্দ আহিছে
अर्थ : যাৰ কোনো বস্তুৰ আদিৰ ওপৰত সকলো ধৰণৰ অধিকাৰ আছে
उदाहरण : মালিক চাকৰৰ ওপৰত খড়্গহস্ত হৈছিল
पर्यायवाची : অধিপতি, গৰাকী, মালিক
अर्थ : স্ত্রীৰ দৃষ্টিত ্ তেওঁৰ বিবাহিত পুৰুষজন:শীলাৰ স্বামীয়ে খেতি কৰি নিজৰ পৰিয়ালটো পোহ-পাল দি আছে
उदाहरण :
पर्यायवाची : গিৰিয়েক, দৰা, পতি, পৈ, পৈয়েক, বৰ, মতা
इंस्टॉल करें