पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से স্বীকৃত शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

স্বীকৃত   বিশেষণ

अर्थ : যাক অনুমতি দিয়া হৈছে

उदाहरण : মই পঞ্চায়তৰ দ্বাৰা স্বীকৃত কামহে কৰোঁ

पर्यायवाची : অনুজ্ঞাত, অনুমত, অনুমতি দিয়া, অনুমতি প্রদান কৰা, অনুমোদনপ্রাপ্ত, অনুমোদিত

अर्थ : যাৰ সহমত লাভ কৰিছে

उदाहरण : চৰকাৰৰ দ্বাৰা স্বীকৃত এই আঁচনিখন অতি সোনকালে আৰম্ভ হʼব

पर्यायवाची : অনুমোদনপ্রাপ্ত, অনুমোদিত, মঞ্জুৰ, সমর্থন্্প্রাপ্ত

अर्थ : যিটো স্বীকাৰ কৰা হৈছে

उदाहरण : এইটো ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত পৰিযোজনা

पर्यायवाची : মান্য

अर्थ : যিটো অংগীকাৰ কৰা হৈছে বা যাক নিজৰ দায়িত্বত লোৱা হৈছে

उदाहरण : তেওঁ নিজৰ কার্যভ্াৰ হাঁহিমুখে স্বীকাৰ কৰিলেএই সংস্থাটো চৰকাৰৰ দ্বাৰা স্বীকৃত

पर्यायवाची : অংগীকৃত, অঙ্গীকৃত, গৃহীত, পৰিগৃহীত, স্বীকাৰ

अर्थ : যাৰ কাৰণে স্বীকৃতি লাভ কৰা হৈছে

उदाहरण : স্বীকৃত আঁচনিখন এতিয়াও আৰম্ভ হোৱা নাই

पर्यायवाची : অনুমতি প্রাপ্ত

चौपाल