अर्थ : স্বেচ্ছাচাৰী হোৱা অৱস্থা
उदाहरण :
ৰজাৰ স্বেচ্ছাচাৰিতাৰ বাবে প্রজাৰ মাজত ভয় সোমাই আছিল
अर्थ : নিজৰ খেয়াল-খুচিমতে অধিকাৰৰ প্রয়োগ কৰা
उदाहरण :
ইংৰাজৰ মইমতালিত ভাৰতীয় জনতা অতীষ্ঠ হৈ পৰিছিল
पर्यायवाची : মইমতালি