पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से স্বেচ্ছাচাৰী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

স্বেচ্ছাচাৰী   বিশেষ্য

अर्थ : যিজনে নিজ ইচ্ছাৰে অধিকাৰৰ প্রয়োগ বা ব্যৱহাৰ কৰে

उदाहरण : এই কোম্পানীটোৰ স্বেচ্ছাচাৰী মালিকজনে কোনো কর্ম্্চাৰীৰে একো কথা নুশুনে হিটলাৰ বহুত স্বেচ্ছাচাৰী আছিল

पर्यायवाची : স্বৈৰাচাৰী

স্বেচ্ছাচাৰী   বিশেষণ

अर्थ : নিজৰ ইচ্ছা অনুসৰি সকলো কাম কৰিব পৰাজন

उदाहरण : কিছুমান লোকে স্বচ্ছন্দ জীৱনযাপন কৰিব বিচাৰে

पर्यायवाची : স্বচ্ছন্দ, স্বতন্ত্র

अर्थ : যাৰ কোনো নিয়ন্ত্রণ বা বাধা নাই

उदाहरण : হিটলাৰ এজন স্বেচ্ছাচাৰী শাসক আছিল

पर्यायवाची : কুণ্ঠাৰহিত, নিৰঙ্কুশ, বাধাহীন, লেকাম নাইকিয়া, স্বেচ্ছাকৃত

चौपाल