सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিজন ভাল গুণৰ অধিকাৰী বা যাৰ কাম আদিৰ দ্বাৰা আনৰ মঙ্গল সাধন হয়
उदाहरण : পৃথীৱীত ভাল মানুহ এতিয়াও কমি যোৱা নাই
पर्यायवाची : উত্তম, ভাল
अर्थ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
उदाहरण : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
पर्यायवाची : ভাল, সজ্জন, সাধু, সুজন
अर्थ : যʼত সৎগুণ আছে
उदाहरण : সৎগুণী লোক প্রশংসাৰ প্রাত্র
पर्यायवाची : গুণশালী, গুণী, গুণৱান, গুনৱন্ত, সদ্গুণী, সৎগুণী
इंस्टॉल करें