सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বাধা প্ৰদান কৰা কাৰ্য
उदाहरण : ৰমাৰ শাহুৱেকে তাইৰ প্ৰতিটো কামতে হাক দিয়ে
पर्यायवाची : বাধা দিয়া, হকা-বধা কৰা
अर्थ : কোনো কথা বা কামত নিষেধাজ্ঞা আৰোপ কৰা
उदाहरण : মাকে লʼৰাটোক ৰʼদত বাহিৰ ওলোৱাৰ ক্ষেত্রত বাধা দিলে
पर्यायवाची : নিষেধ কৰা, বাধা দিয়া, মানা কৰা
इंस्टॉल करें