पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से হাত शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

হাত   বিশেষ্য

अर्थ : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ

उदाहरण : তাৰ হাতত বৰ জোৰ আছে

पर्यायवाची : কৰ, পাণি, ভূজ, হস্ত

अर्थ : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ

उदाहरण : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল

पर्यायवाची : কৰ, হস্ত

अर्थ : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল

उदाहरण :

पर्यायवाची : কৰ, পাণি, হস্ত

अर्थ : মণিবন্ধৰ আগৰ অংশ

उदाहरण : তেওঁৰ ্হাতখন মেছিনটোৰ তলত সোমাই গʼল

पर्यायवाची : কৰ

अर्थ : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য

उदाहरण : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে

पर्यायवाची : দখল, সামর্থ্য

अर्थ : সা-সঁজুলি আদিৰ ধৰা অংশ

उदाहरण : বাচনটোৰ মুঠিটো ভগাত তাক ধৰিবলৈ অসুবিধা হৈছে

पर्यायवाची : ঠাৰি, মুঠি, হাতোৰা, হেণ্ডেল

चौपाल