सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ
उदाहरण : তাৰ হাতত বৰ জোৰ আছে
पर्यायवाची : কৰ, পাণি, ভূজ, হস্ত
अर्थ : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ
उदाहरण : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল
पर्यायवाची : কৰ, হস্ত
अर्थ : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল
उदाहरण :
पर्यायवाची : কৰ, পাণি, হস্ত
अर्थ : মণিবন্ধৰ আগৰ অংশ
उदाहरण : তেওঁৰ ্হাতখন মেছিনটোৰ তলত সোমাই গʼল
पर्यायवाची : কৰ
अर्थ : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য
उदाहरण : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে
पर्यायवाची : দখল, সামর্থ্য
अर्थ : সা-সঁজুলি আদিৰ ধৰা অংশ
उदाहरण : বাচনটোৰ মুঠিটো ভগাত তাক ধৰিবলৈ অসুবিধা হৈছে
पर्यायवाची : ঠাৰি, মুঠি, হাতোৰা, হেণ্ডেল
इंस्टॉल करें