सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়
उदाहरण : কুঠাৰ এবিধ সাধাৰণ সঁজুলি
पर्यायवाची : উপকৰণ, যতন, সঁজুলি, সাধন, হাথিয়াৰ
अर्थ : যুদ্ধৰ আহিলা বা সা-সৰঞ্জাম:ভাৰতে বিদেশৰ পৰা অস্ত্র-শস্ত্র ক্রয় কৰে
उदाहरण :
पर्यायवाची : অস্ত্র, অস্ত্র-শস্ত্র, অস্ত্র-সম্ভাৰ, আয়ুধ, যুদ্ধাস্ত্র, হাথিয়াৰ
अर्थ : যি আহিলা বা উপকৰণেৰে যুদ্ধ আদিৰ সময়ত শত্রুক আক্রমণ কৰা হয় অথবা আত্মৰক্ষা কৰা হয়
उदाहरण : তেওঁ ্ধাৰাল অস্ত্রৰে বাঘটোৰ ওপৰত আঘাত কৰিলে
पर्यायवाची : অস্ত্র, হাথিয়াৰ
इंस्टॉल करें