पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से হাতোৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

হাতোৰা   বিশেষ্য

अर्थ : হাতোৰাৰ লাক্ষণিক প্ৰয়োগ

उदाहरण : মৃত্যুৰ হাতোৰাৰ পৰা কোনো বাচিব নোৱাৰে

अर्थ : পশু বা পক্ষীৰ আকোঁৰা পঞ্জা বিশেষ

उदाहरण : নিগনিটো বাঘৰ হাতোৰাত পৰিল

पर्यायवाची : পঞ্জা

अर्थ : পশু, পক্ষী আদিৰ হাত বা ভৰিৰ আঙুলিৰ সমষ্টি

उदाहरण : বাঘটোৱে হৰিণাটোক হাতোৰাৰে হেঁচি ধৰিলে

पर्यायवाची : পাঞ্জা, বাকুহা, হাঁতোৰা

अर्थ : সা-সঁজুলি আদিৰ ধৰা অংশ

उदाहरण : বাচনটোৰ মুঠিটো ভগাত তাক ধৰিবলৈ অসুবিধা হৈছে

पर्यायवाची : ঠাৰি, মুঠি, হাত, হেণ্ডেল

चौपाल