पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से হাথিয়াৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

হাথিয়াৰ   বিশেষ্য

अर्थ : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়

उदाहरण : কুঠাৰ এবিধ সাধাৰণ সঁজুলি

पर्यायवाची : উপকৰণ, যতন, সঁজুলি, সাধন, হাতিয়াৰ

अर्थ : যুদ্ধৰ আহিলা বা সা-সৰঞ্জাম:ভাৰতে বিদেশৰ পৰা অস্ত্র-শস্ত্র ক্রয় কৰে

उदाहरण :

पर्यायवाची : অস্ত্র, অস্ত্র-শস্ত্র, অস্ত্র-সম্ভাৰ, আয়ুধ, যুদ্ধাস্ত্র, হাতিয়াৰ

अर्थ : যি আহিলা বা উপকৰণেৰে যুদ্ধ আদিৰ সময়ত শত্রুক আক্রমণ কৰা হয় অথবা আত্মৰক্ষা কৰা হয়

उदाहरण : তেওঁ ্ধাৰাল অস্ত্রৰে বাঘটোৰ ওপৰত আঘাত কৰিলে

पर्यायवाची : অস্ত্র, হাতিয়াৰ

अर्थ : * কোনো দেশৰ সকলো হাথিয়াৰ বা উপকৰণ

उदाहरण : অস্ত্র শস্ত্রৰ বিষয়ত ভাৰত পাকিস্তানতকৈ বহুত আগত

पर्यायवाची : অস্ত্র শস্ত্র, অস্ত্র-শস্ত্র

चौपाल