सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : হালধি, কেশৰ আদিৰ ৰঙৰ দৰে ৰং
उदाहरण : এঠাইত হালধীয়া আৰু আন ঠাইত ৰঙা ভৰোৱা
पर्यायवाची : হালধীয়া ৰং
अर्थ : কেশৰৰ ৰঙৰ
उदाहरण : যজ্ঞথলীৰ ঠায়ে-ঠায়ে হালধীয়া ধ্বজা উৰি আছিল
अर्थ : হালধিৰ দৰে ৰঙৰ
उदाहरण : তেওঁ পিন্ধা কাপোৰখন হালধীয়া
पर्यायवाची : পাণ্ডুৰ, পীতাভ, হাৰিদ্র
इंस्टॉल करें