अर्थ : বাৰে বাৰে আগলৈ পিছলৈ, ওপৰ-তল বা ইফালে-সিফালে যোৱা
उदाहरण :
নদন-বদন শস্যবোৰ বতাহত হালি-জালি আছিল
अर्थ : স্ফূর্তি বা নিচাত শিৰ আৰু গা-অংশ আগলৈ-পিছলৈ আৰু ইফালে-সিফালে লৰচৰ কৰা কার্য
उदाहरण :
লʼৰা-ছোৱালীবোৰে আনন্দত হালি-জালি আছে