अर्थ : আয়-ব্যয় আদিৰ বিৱৰণ
उदाहरण :
বেংক কর্তৃপক্ষই প্রতিমাহতে হিচাপ-নিকাচ কৰে
पर्यायवाची : হিচাপ, হিচাব, হিচাব-নিকাচ
अर्थ : কোনো বস্তু, কাম আদিৰ বিৱৰণ
उदाहरण :
এই পুৰণি মন্দিৰটোৰ হিচাব-নিকাচ পূজাৰীৰ হাতত আছে
पर्यायवाची : লেখ-জোখ, হিচাব-নিকাচ