अर्थ : হিন্দী ভাষাৰ প্রাৰম্ভিক স্বৰূপ
उदाहरण :
হিন্দুস্তানী দিল্লীৰ আশে-পাশে কোৱা হয়
पर्यायवाची : হিন্দুস্থানী
अर्थ : ভাৰতৰ বা ভাৰতৰ সৈতে সম্বন্ধ ৰাখোতা
उदाहरण :
বহুত দিনলৈকে ভাৰতীয় জনতাই গোলামৰ শিকলিত বান্ধখাই আছিল
पर्यायवाची : ভাৰতীয়, হিন্দুস্থানী