सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা
उदाहरण : মেজত থোৱা কিতাপখন কʼত হেৰাল
पर्यायवाची : উৰা
अर्थ : অসাৱধানতা বশতঃ বা মনত নৰখাৰ কাৰণে হেৰাই যোৱা
उदाहरण : মোৰ চাবিপাত হেৰাল
अर्थ : দেখা নোপোৱা
उदाहरण : তেওঁৰ ্চেহেৰাৰ হাঁহিটো হেৰাই গʼল
पर्यायवाची : হেৰাই যোৱা
अर्थ : যিটো হেৰাইছে
उदाहरण : পুলিচে নিৰুদ্দেশ ব্যক্তিৰ সন্ধান কৰি আছে
पर्यायवाची : নিৰুদ্দেশ
इंस्टॉल करें