पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से হোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

হোৱা   ক্ৰিয়া

अर्थ : কোনো কার্যৰ ্বাকী নথকা

उदाहरण : আপোনাৰ ভাত খোৱা হʼল নেকি

अर्थ : কোনো বিশেষ অৱস্থাত থকা

उदाहरण : ইয়াৰ জলবায়ু প্রায়েই একে থাকে ইয়াত মেʼজুন মাহত বৰ গৰম পৰে

पर्यायवाची : থকা-, পৰা-

अर्थ : ভাগৰ ৰূপত হোৱা বা তাৰ দ্বাৰা বনোৱা

उदाहरण : সপ্তপুৰিত অযোধ্যাৰো সমাবেশ হৈছেএই সূচীত ডাঙৰ ডাঙৰ লিখকৰ নামৰো সমাবেশ হৈছে

पर्यायवाची : সমাবেশ হোৱা

अर्थ : কোনো বিশিষ্ট অথবা নিশ্চিত স্থিতি বা অৱস্থাত থকা

उदाहरण : এতিয়া গধূলি হʼল মেঘৰ পৰা বৰষুণ হয়

अर्थ : প্রমাণিত হোৱা

उदाहरण : অৱশেষত মোৰ কথা সঁ্চা হʼল

पर्यायवाची : প্রমাণিত হোৱা

अर्थ : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা

उदाहरण : হিমালয় ভাৰতৰ উত্তৰ দিশত আছে

पर्यायवाची : থকা, স্থিত হোৱা

अर्थ : এটা ৰূপৰ পৰা সলনি হৈ আন এটা ৰূপ হৈ যোৱা বা বর্ত্্মানতকৈ পৃথক হোৱা

उदाहरण : মোৰ ছোৱালী নাটকত ৰাণী লক্ষ্মীবীঈ হৈছিল

अर्थ : কাপোৰ, গহনা আদি শৰীৰ শুৱনি হোৱাকৈ পৰিধান কৰা

उदाहरण : ইমান সৰু কামিজটো মোৰ শৰীৰত নহʼব

पर्यायवाची : খাপ খোৱা, ফিট হোৱা

अर्थ : প্রতিৰূপ হোৱা

उदाहरण : মানস একেবাৰে নিজৰ মাকৰ নিচিনা হৈছে

अर्थ : ঘটনাৰ ৰূপত হোৱা

उदाहरण : এই দুর্ঘটন্াটো মোৰ চকুৰ আগতে ঘটিছে

पर्यायवाची : ঘটা, ঘটিত হোৱা

चौपाल