अर्थ : প্রতিযোগিতা, যুদ্ধ, খেল আদিত সফল নোহোৱাৰ কাৰণে হাতৰ পৰা তাৰ সৈতে সম্পর্কযুক্ত বস্তু যাবলৈ দিয়া
उदाहरण :
ৰামানাথে জুৱাত পাঁচ হাজাৰ টকা হাৰিলে
अर्थ : যুদ্ধ, খেল, প্রতিযোগিতা আদিত প্রতিপক্ষৰ সন্মুখত বিফল হোৱা কার্য
उदाहरण :
মহাভাৰতৰ যুদ্ধত কৌৰৱ পক্ষ হাৰিছিল
पर्यायवाची : অসফল হোৱা, পৰাজিত হোৱা