सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : পথাৰ আৰু হাবি-জংগলত থকা এবিধ চাৰিঠেঙীয়া তৃণভোজী প্রাণী
उदाहरण : হৰিণৰ ছালত বহি ঋষি-মুনিসকলে তপস্যা কৰিছিল
पर्यायवाची : কুৰংগ, কুৰঙ্গ, মৃগ, হৰিণা, হৰিণা পহু
अर्थ : হৰিণাৰ মতা জাতি
उदाहरण : এহাল হৰিণ আৰু হৰিণীয়ে বাগিচাত জঁপিয়াই ঘূৰি ফুৰিছে
पर्यायवाची : ঋষা, কুৰঙ্গ, কুৰঙ্গক, মৃগ, সাৰঙ্গ, সুনয়ন, হৰিণা, হৰিণা পহু
इंस्टॉल करें