अर्थ : অপকাৰ কৰোতা ব্যক্তি
उदाहरण :
অপকাৰীয়ে জীৱনত কেতিয়াও সুখ লাভ কৰিব নোৱাৰে
पर्यायवाची : অনিষ্টকাৰী, অপকাৰী
अर्थ : অনর্থ ্বা ধ্বংস কৰোঁতা
उदाहरण :
গুজৰাটত হোৱা ধ্বংসকাৰী ভূমিকম্পই বহুতকে অনাথ কৰিলে
पर्यायवाची : ধ্বংসকাৰী, প্রলংয়কাৰী