पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ১০ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

১০   বিশেষ্য

अर्थ : ন-ৰ লগত এক যোগ কৰিলে পোৱা সংখ্যা

उदाहरण : দিব্যাই দহলৈকে গণনা কৰিব পাৰে

पर्यायवाची : দশম, দহ

अर्थ : অংকৰ স্থানৰ হিচাপত এককৰ ঘৰৰ পৰা হিচাপ কৰিলে পোৱা পঞ্চম স্থান, যʼত দহ হাজাৰ গুণিতক পোৱা যায়

उदाहरण : পঁছিশ হাজাৰত দুইটো অযুতৰ ঘৰৰ সংখ্যা

पर्यायवाची : অযুত, দহ হাজাৰ, ০০০, ১০ হাজাৰ

अर्थ : দহ হাজাৰ যোগ কৰিলে পোৱা সংখ্যা

उदाहरण : তেওঁ দহ ্ হাজাৰৰ কাৰণে শিশুজনক অপহৰণ কৰিছিল

पर्यायवाची : দহ হাজাৰ, ০০০, ১০ হাজাৰ

১০   বিশেষণ

अर्थ : ন যোগ এক

उदाहरण : তেওঁ দহ দিন আগতেই ইয়ালৈ আহিছিল

पर्यायवाची : দহ

अर्थ : দহ লাখ

उदाहरण : দহ লাখ হেক্টৰ জুৰি এই অঞ্চলটো বিয়পি আছে

पर्यायवाची : এক মিলিয়ন, দহ লাখ, মিলিয়ন, ০০০০০, ১০ লাখ

अर्थ : দহ হাজাৰ............

उदाहरण : তেওঁ ্ মোক দহ হাজাৰ টকা খুজিলে

पर्यायवाची : এক অযুত, দহ হাজাৰ, ০০০, ১০ হাজাৰ

चौपाल