अर्थ : ৰং লগোৱা
उदाहरण :
মজদুৰে দেৱালত ৰং কৰি আছে
अर्थ : চিত্র আদিত ৰং দিয়া কার্য
उदाहरण :
আমটোৰ সেউজীয়া ৰং কৰা
अर्थ : * ৰঙেৰে ৰঙীন কৰা
उदाहरण :
ৰং কৰা টেবুলখন ঘৰত থৈ দিয়া
पर्यायवाची : ৰং দিয়া, ৰং বুলাই থোৱা, ৰঙীন