पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ৰক্ত शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ৰক্ত   বিশেষ্য

अर्थ : শৰীৰৰ সিৰা-উপসিৰাত প্রবাহিত ৰঙা ৰঙৰ জুলীয়া পদার্থ

उदाहरण : শৰীৰৰ পৰা তেজ ওলাই থকা স্বত্বেও সৈনিকজনে যুদ্ধক্ষেত্রত যুঁজি থাকিল

पर्यायवाची : খুন, তেজ, তেজকুৰ, লহু, লোহিত, শোণিত, ৰুধিৰ

ৰক্ত   বিশেষণ

अर्थ : যি কিহবাৰ প্রতি অত্যধিক অনুৰক্ত

उदाहरण : সংসাৰৰ বস্তুবোৰে মানুহৰ মনক আসক্ত কৰি ক্ষণিকৰ বাবেহে সুখ প্রদান কৰে

पर्यायवाची : আসক্ত, মুগ্ধ, মোহাবিষ্ট, মোহিত

चौपाल