अर्थ : নিজৰ অধিকাৰলৈ বা ৰক্ষা কৰিবলৈ অনা কার্য
उदाहरण :
চুবুৰীয়াৰ গহণাবোৰ মোৰ ঠাইতে ৰাখিছো তেওঁ এজনী গাইগৰু ৰাখিছে
अर्थ : স্থিত কৰা
उदाहरण :
চন্দুকত বহুমূল্যবান বস্তুবোৰক চম্ভালি ৰখা হয়
अर्थ : * কোনো বিশেষ উদ্দেশ্য বা ব্যৱহাৰৰ বাবে বেলেগকৈ ৰখা
उदाहरण :
এই সামগ্রী পূজাৰ বাবে ৰখা হৈছে এই স্থান এক ধর্মীয় সংস্থাৰ বাবে সমর্পিত কৰা হৈছে
पर्यायवाची : সমর্পিত কৰা
अर्थ : প্রস্থান নকৰা বা আগুৱাই নোযোৱা:পথ অৱৰোধ হৈ থকাৰ কাৰণে আমি এঘণ্টা ধৰি তাত ৰৈ থাকিবলগীয়া হʼল
उदाहरण :
पर्यायवाची : ৰৈ থকা
अर्थ : কাৰোবাৰ কাৰণে ঠাই সুৰক্ষিত কৰা
उदाहरण :
নাটক চাবৰ কাৰণে তেওঁ ্মোলৈ আসন ৰাখিলে
अर्थ : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
उदाहरण :
মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
पर्यायवाची : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰৈ যোৱা
अर्थ : প্রস্তুত কৰা
उदाहरण :
তেখেতে নিজৰ চিন্তাধাৰা সভাত ৰাখিলে
अर्थ : কোনো ধৰণৰ জ্ঞান, গুণ আদি মনত ধাৰণ কৰা কার্য
उदाहरण :
তেওঁ বিজ্ঞানৰ বিষয়ৰ বহুত খবৰ ৰাখে