सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ভাৱবোৰ প্রকাশিত নকৰা
उदाहरण : তেওঁ নিজৰ খঙক ৰখালে
अर्थ : কোনো গতিশীল বস্তুৰ গতি বন্ধ কৰা
उदाहरण : গাড়ীৰ সন্মুখত হঠাৎ এটা কুকুৰ আহি ওলোৱাত চালকজনে গাড়ীখন ৰখালে
अर्थ : কাৰোবাক আগ বাঢ়িবলৈ নিদিয়া
उदाहरण : পুলিচে সমদলটোক চকটোতে ৰখাই দিলে
पर्यायवाची : ৰখাই দিয়া
इंस्टॉल करें