पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ৰচনা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ৰচনা   বিশেষ্য

अर्थ : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)

उदाहरण : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে

पर्यायवाची : আকৃতি, ৰূপ

अर्थ : কোনো বিষয়ৰ বিশ্লেষণাত্মক বিৱৰণ যʼত নির্দিষ্ট বিষয়টোৰ লগত সম্বন্ধ থকা বিভিন্নজনৰ মতামত, মন্তব্য, তথ্য আদিৰ তুলনামূলক আৰু পাণ্ডিত্যপূর্ণ আলোচনা কৰা হয়

उदाहरण : নিবন্ধকাৰজনে এই প্রবন্ধটোৰ জৰিয়তে জাতীয়তাবাদৰ বিষয়ে আলোকপাত কৰিছে

पर्यायवाची : নিবন্ধ, প্রবন্ধ, লেখা

अर्थ : অনেক অৱয়বযুক্ত ৰচনা

उदाहरण : মানুহৰ আভ্যন্তৰীণ শাৰীৰিক গঠন জটিল

पर्यायवाची : গঠন

अर्थ : সাহিত্য সম্বন্ধীয় কৃতি

उदाहरण : তুলসীদাসৰ ৰামচৰিত মানস বিশ্ব প্রসিদ্ধ সাহিত্য কৃতি

पर्यायवाची : সাহিত্য কৃতি, সাহিত্যিক ৰচনা

अर्थ : ৰচনা কৰা বা বনোৱা কার্য ্বা ভাব

उदाहरण : ধর্মগ্রন্থ অনুসৰি জগতৰ সৃষ্টি ব্রহ্মাই কৰিছিল

पर्यायवाची : নির্মিতি, নি্র্মাণ, সর্জ্জন, সৃজন, সৃষ্টি, স্রজন

ৰচনা   ক্ৰিয়া

अर्थ : কোনো সাহিত্যিক কৃতিৰ নি্র্মাণ কৰা

उदाहरण : তেওঁ ্এটা নতুন কবিতা ৰচনা কৰিছে

चौपाल