अर्थ : মছলা হিচাপে ব্যৱহাৰ কৰা এবিধ উদ্ভিদৰ মূল
उदाहरण :
তেওঁ ্চাটনি বনাবৰ কাৰণে শাকনি বাৰীৰ পৰা নহৰু উভালিলে
पर्यायवाची : নহৰু
अर्थ : মছলা হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্ভিদৰ মূল
उदाहरण :
সীতাই আঞ্জাখনৰ চোক বঢ়াবৰ কাৰণে জলকীয়া, নহৰু কাটি আছে
पर्यायवाची : নহৰু