सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি স্ত্রীৰ ৰজ প্রৱাহিত হয়
उदाहरण : ৰজস্বলাক গর্ভধাৰণ নকৰাৰ বাবে মানুহে আমনি কৰিবলৈ ধৰিলে
पर्यायवाची : ঋতুমতী, পুষ্পিতা, পুষ্পৱতী
अर्थ : স্ত্রীৰ জননেন্দ্রিয়ৰ পৰা প্রতি মাহৰ তিনি চাৰি দিনলৈকে ৰক্ত আদি
उदाहरण : ঋতুস্রাৱৰ সময়ত বেছিভাগ মহিলাৰে সমস্যাই দেখা দিয়ে
पर्यायवाची : ঋতু, ঋতুস্রাৱ, নোৱাৰা হোৱা-, পুষ্পিতা, মাহেকীয়া, ৰজঃ
अर्थ : যাৰ ৰজ প্রবাহিত হৈ আছে
उदाहरण : ৰজস্বলা স্ত্রীয়েহে গর্ভ ্ধাৰণ কৰিব পাৰে
पर्यायवाची : ঋতুমতী, ৰজৱতী
इंस्टॉल करें