सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যʼত ৰস নাই
उदाहरण : শুকান ফল নিৰস
पर्यायवाची : নিৰস, শুকান
अर्थ : যিটো ৰুচিপূর্ণ নহয়
उदाहरण : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ
पर्यायवाची : অসাৰ, অৰুচিকৰ, নীৰস, ৰুচিহীন
अर्थ : যি ৰসিক নহয়
उदाहरण : তুমি ইমান বেৰসিক ধৰণৰ মানুহ যে তোমাৰ লগত ধেমালি কৰাৰ কোনো অর্থ ্নাই
पर्यायवाची : নিৰস, বেৰসিক
इंस्टॉल करें