अर्थ : গালত লগোৱা এক প্রকাৰৰ ৰঙা বা গুলপীয়া প্রসাধন সামগ্রী
उदाहरण :
ছালৰ ৰং অনুসৰি ৰহণ ব্যৱহাৰ কৰা উচিত
पर्यायवाची : বোল
अर्थ : ওঁঠ, ্গাল আদিত লগোৱা একধৰণৰ ৰঙা ৰঙৰ প্রসাধন সামগ্রী
उदाहरण :
মনোৰমাই নিজৰ গালত ৰহণ সানি আছে
पर्यायवाची : লালিমা